Assam News Updates || CITY18: Zubeen Gargৰ অনুষ্ঠানত অঘটন, কি হৈছিল নিশা
16 April, 2021: আজি গোসাই বিহু অৰ্থাৎ বহাগৰ ২য়টো দিন। আজি উজনিৰ পৰা নামনিলৈ দেখা গৈছে বিহুৰ উচাহ আৰু উদ্দীপনা। । ৰাজ্য মঠ-মন্দিৰ সমূহতো ভক্তৰ ব্যাপক ভিৰ। ২৪ ঘন্টাত কৰোনাত আক্ৰান্ত হৈছে ৪৯৯ জন লোক। বৃহস্পতিবাৰৰ দিনটোত কামৰূপ মেট্ৰত কৰোনাত আক্ৰান্ত ২৫৫জন, কামৰূপত ৩১ জন, ডিব্ৰুগড়ত ৬৪ জন, তিনিচুকীয়া ২৪ জন। বৰ্তমান আক্ৰান্তৰ হাৰ ২.৭২ … Read more