Assam News Updates || Afternoon Express: "মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ সন্দৰ্ভত মই একো নাজানো"

Assam News Updates || Afternoon Express: "মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ সন্দৰ্ভত মই একো নাজানো"

6, May 2021: মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ সন্দৰ্ভত মই একো নাজানো । টিভিতহে ৰাষ্ট্ৰীয় সভাপতিয়ে পশ্চিমবংগত কোৱা কথাখিনি চাইছো।এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 1:08 তিনিচুকীয়াত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান 2:44 ক’ৰোনাৰ প্ৰতি সজাগ হোৱাত ৰাইজ কিছু পলম হৈছে 4:04 মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে তেজপুৰ আৰক্ষীৰ অভিযান 5:19 জম্মু কাশ্মীৰত ক’ৰোনা সংহাৰৰ ভয়াৱহ ৰূপ 5:44 কৰিমগঞ্জৰ মন্দিৰত পুনৰ … Read more